মৰাণঃ ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত তৰাজান গাঁৱত বানত ক্ষতিগ্ৰস্ত কৃষকৰ বাবে কৃষিবিভাগৰ RKVY-2022-23 আঁচনিৰ অধীনত প্ৰায় পাঁচ হেক্টৰ কৃষিভূমিত ধানৰ বীজ সিঁচে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে। উল্লেখযোগ্য যে, মৰাণ সমষ্টিত এইবাৰ বানৰ প্ৰকোপ কম যদিও খেতিয়কৰ পথাৰত বাঢ়নীপানীয়ে ধানৰ কঠীয়া নষ্ট কৰাত কৃষক এক প্ৰকাৰ চিন্তিত হৈ পৰিছে। কৃষকৰ এই চিন্তা দূৰ […]