Posted inঅসম

মুখ্যমন্ত্ৰীলৈ গীতেৰে ঈদৰ শুভেচ্ছা জনালে এগৰাকী ছাত্ৰীয়ে

কামপুৰঃ আজি পৱিত্ৰ ঈদ। ঈদ উপলক্ষে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীলৈ এটা পেৰডী গীত উপহাৰ দিলে নগাঁও ৰাঙলুৰ এগৰাকী ইছলাম ধৰ্মালম্বী ছাত্ৰীয়ে ৷ পেৰডী গীতেই নহয় লোকগীতৰ পৰা জ্যোতি সংগীত, ৰাভা সংগীত আৰু জিকিৰ পৰিৱেশৰে সকলোকে মুগ্ধ কৰিলে ছাত্ৰী গৰাকীয়ে ৷ আৰু পঢ়কঃলাভলীনা বৰগোহাঁইক উৎসাহিত কৰাৰ বাবে সমূহীয়া চাইকেল […]