Posted inক্ৰীড়া

ৰাষ্ট্ৰীয় MMA প্ৰতিযোগিতাত অৰুণাচল প্ৰদেশৰ যুৱতীৰ স্বৰ্ণ অৰ্জন

গুৱাহাটী: সমৰকলাত ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠতা অৰ্জন কৰিবলৈ সক্ষম হৈছে অৰুণাচল প্ৰদেশৰ এগৰাকী যুৱতীয়ে। অৰুণাচল প্ৰদেশৰ সোনাম জোম্বাই সৰ্বভাৰতীয় মিক্সড মাৰ্চিয়েল আৰ্টছ ফেডাৰেশ্যন (AIMMAF) প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰে। যোৱা ১৬ জুনৰ পৰা ১৯ জুনলৈ দিল্লীত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা। উল্লেখযোগ্য যে মহিলাৰ strawweight শাখাত স্বৰ্ণ অৰ্জন কৰা সোণম হৈছে উত্তৰ-পূবৰ প্ৰথম গৰাকী খেলুৱৈ। সোণমে বিগত ৫ […]