নিউজ ডেস্ক: শনিবাৰে ডিব্ৰুগড়ত সংঘটিত এক মব লিঞ্চিঙৰ ঘটনাত এটি ৪ বছৰীয়া শিশুক হত্যা কৰাৰ অভিযোগত একাংশ লোকে মানসিকভাৱে বিকাৰগ্ৰস্ত এজন ৩০ ঊৰ্ধ্বৰ ব্যক্তিক হত্যা কৰে। প্ৰাপ্ত তথ্য মতে ডিব্ৰুগড়ৰ ধলজান চাহ বাগিচাত সংঘটিত হয় এই ঘটনা। উক্ত ঘটনাৰ পিছতে অঞ্চলটোত উত্তেজনা বিয়পী পৰাত আৰক্ষী অধীক্ষক স্বেতংক মিশ্ৰই নেতৃত্বত ডিব্ৰুগড় আৰক্ষীৰ এক দল ঘটনাস্থলীত উপস্থিত […]