Posted inঅসম

৭ বছৰীয়া পুত্ৰই মোবাইলত গে’ম খেলোতে উঠিল ১.৩৩ লাখ টকাৰ বিল!

নিউজ ডেস্ক : নিজৰ ৭ বছৰীয়া পুত্ৰক মোবাইলত গে’ম খেলিবলৈ দি মূৰে কপালে হাত দিব লগীয়া হৈছে এগৰাকী ব্যক্তিৰ। পুত্ৰই গে’ম খেলাৰ নামত লোকজনে ভৰিব লগা হৈছে প্ৰায় ১.৩৩ লাখ টকা, যাৰ বাবে তেওঁ নিজৰ গাড়ী পৰ্য্যন্ত বেছিব লগা হৈছে। শুনিবলৈ আচৰিত যেন লগা এই ঘটনা সংঘটিত বৃটেইনৰ নৰ্থ ৱে’লছত। লগতে পঢ়ক : ১ জুলাইৰ […]