দেৰগাঁও : ভ্ৰাম্যমান থিয়েটাৰৰ বাবে এছঅ’পি জাৰি। শুকুৰবাৰে দেৰগাঁৱত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এই সংবাদমেলত ভ্ৰাম্যমানৰ এছঅ’পিৰ কথা ঘোষণা কৰে। অসমত আজিৰ পৰা ক’ভিডৰ নীতি-নিৰ্দেশনা মানি ভ্ৰাম্যমান থিয়েটাৰৰ নাট প্ৰদৰ্শনী মুকলি। প্ৰতিগৰাকী শিল্পী, কলা-কুশলী আৰু আয়োজক সমিতিৰ প্ৰতিজন সদস্যই ল’ব লাগিব ক’ভিডৰ দুয়োপালি প্ৰতিষেধক।প্ৰশাসনৰ ওচৰত প্ৰতিষেধক লোৱাৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব সকলোৱে। কণ্টেইনমেণ্ট জ’ন বা অধিক […]