হাটশিঙিমাৰীঃ দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষীৰ সহযোগত খাৰুৱাবান্ধা আৰক্ষীয়ে বিভিন্ন ঠাইত অভিযান চলাই তিনি গৰাকী ই’কমৰ কৰ্মচাৰীৰ লগতে এজন মোবাইলৰ ৰিটেলাৰক গ্ৰেপ্তাৰ। লগতে আৰক্ষীয়ে ২০ টা চুৰি ম’বাইল জব্দ কৰে। উল্লেখ্য যে, ১২ এপ্ৰিলত ই’কম এক্সপ্ৰেছৰ কলিকতা ৰাজ্যিক প্ৰৱন্ধক অশোক নাৰায়ণ ঘোষে খাৰুৱাবান্ধা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। প্ৰায় ৪০ লাখ টকা মূল্যৰ মুঠ […]