নিউজ ডেস্ক: Airtel ৰ পিছত এইবাৰ Vodafone Ideaই প্ৰি পেইড পেকৰ মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মঙলবাৰে এক প্ৰেছ বিজ্ঞপ্তি যোগে কোম্পানীটোৱে এই কথা সদৰী কৰে। অহা ২৫ নৱেম্বৰৰ পৰা সকলো প্ৰি পে’ইড গ্ৰাহকৰ বাবে মাচুলৰ নতুন নিৰিখ প্ৰযোজ্য হ’ব। এয়াৰটেলে কোম্পানীটোৰ প্ৰি পেইড প্লেনসমূহৰ মাচুলৰ ক্ষেত্ৰত ২৫ শতাংশ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰাৰ […]