গুৱাহাটীঃ আজি গুৱাহাটী মাৰোৱাৰী হস্পিতালৰ অত্যাধুনিক জৰুৰীকালীন বিভাগ উদ্বোধন কৰা হয়। এই অত্যাধুনিক জৰুৰীকালীন বিভাগটোত চিকিৎসাৰ সকলো আধুনিক সুবিধা সংযোজন কৰা হৈছে। ট্ৰামা কেয়াৰ, অৰ্থোপেডিক্স, ইএনটি, নিউৰোচাৰ্জাৰী, গাইন’ক’লজী, জেনেৰেল মেডিচিন, জেনেৰেল চাৰ্জাৰী, পেডিয়াট্ৰিক, ইউৰ’ল’জী, ক্ৰিটিকেল কেয়াৰ, আইচিইউ কেয়াৰ আদি সকলো অন্তৰ্ভুক্ত আছে।বিভাগটোত এখন আইচ’লেচন বেড সহ মুঠ ৬খন বেড আছে। লগতে পঢ়কঃসদ্যহতে বৃদ্ধি নহয় বাছৰ […]