Posted inঅসম

CAA, NRC-ৰ সৈতে হিন্দু-মুছলিম বুলি কোনো কথা নাই; গুৱাহাটীত RSS প্ৰধানৰ মন্তব্য

গুৱাহাটী : নাগৰিকত্ব সংশোধনী আইন (CAA) আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (NRC)-ৰ সৈতে হিন্দু-মুছলিম বুলি কোনো কথা নাই। ৰাজনৈতিক স্বাৰ্থসিদ্ধিৰ বাবে একাংশ এই বিষয় দুটাক সাম্প্ৰদায়িক ৰহন সনাৰ চেষ্টা চলাইছে। এই মন্তব্য স্বয়ংসেৱক সংঘ (RSS)-ৰ প্ৰধান মোহন ভাগৱতৰ। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ ভাগৱতে বুধবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক, ননী গোপাল মহন্তৰ ‘Citizenship debate […]