Posted inঅসম

ধুবুৰীত ৫০ ঊৰ্ধ্বৰ শিক্ষকৰ কামনাৰ বলি হ’ল ১০ বছৰীয়া শিশু

ধুবুৰী : ধুবুৰীত এগৰাকী নাবালিকা ছোৱালীক ওপৰত যৌন আতিশয্য চলোৱাৰ অভিযোগত আৰক্ষীয়ে এজন ৫৪ বছৰীয়া শিক্ষকক গ্ৰেপ্তাৰ কৰে। শুকুৰবাৰে আৰক্ষীয়ে জানিবলৈ দিয়ে। আৰক্ষী বিষয়া জনে জনোৱা মতে, বৃহস্পতিবাৰে অভিযুক্ত শিক্ষকজনে ওচৰৰে ঘৰৰ এগৰাকী ১০ বছৰীয়া ছোৱালীক নিজৰ ঘৰলৈ নি অসৎ কাৰ্য্য চৰিতাৰ্থ কৰে।    পিছত শিশুটিৰ মাকে ঘৰত ছোৱালীজনীক নেদেখি বিচাৰ-খোঁচাৰ কৰোতে উক্ত ঘটনা ধৰা […]