Posted inক্ৰীড়া

১৩ বছৰতে টকিঅ’ অলিম্পিকত কোনে স্বৰ্ণজয় কৰিলে

তেৰ বছৰ বয়সতেই অলিম্পিকৰ স্বৰ্ণ জয় জাপানৰ ম’মিজি নিছিয়াৰ । প্ৰথম বাৰৰ অলিম্পিকত অন্তভুক্ত কৰা ষ্ট্ৰীট স্কেট ব’ৰ্ডিঙত সোণৰ পদক জয় লাভ কৰে আয়োজক জাপানৰ তৰুণী ম’মিজিয়ে । এই প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰে ব্ৰাজিলৰ ৰেয়ছা লীলে আৰু ব্ৰঞ্জৰ পদক পাই জাপানৰে ফুনা নাকায়ামাই । পদক লাভ কৰা আটাইকেইগৰাকীয়ে প্ৰতিযোগীয়েই কম বয়সৰ । ৰূপৰ পদক […]