Posted inঅসম

অসম সংখ্যালঘু উন্নয়ন ব’ৰ্ডত দালালৰাজৰ অন্ত

গুৱাহাটীঃ অসম সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ মমিনুল আৱালে আজি এক সংবাদমেল সম্বোধন কৰে। অসমত  প্ৰায় ডেৰ কোটি সংখ্যালঘু লোক আছে। সংখ্যালঘু মানে কেৱল মুছলমান নহয়। সংখ্যালঘু উন্নয়ন ব’ৰ্ডক সকলো কথাতে টানি অনা হয়। অসম সংখ্যালঘু উন্নয়ন ব’ৰ্ড সংখ্যালঘুৰ ব্ৰেণ্ড এম্বেচেদৰ নহয় । ”২০১৭ চনৰ পৰা বোৰ্ডত দালালৰাজৰ অন্ত পৰিছে ।মই কাৰ্যভাৰ লোৱাৰ আগতে দালাল ৰাজ চলিছিল” […]