Posted inঅসম

অসমত আকৌ লাভ জেহাদৰ ঘটনা, যুবকক গ্ৰেপ্তাৰ

মঙলদৈ: ৰাজ্যত পুনৰ লাভ জেহাদৰ ঘটনা ৷দৰং জিলাত পুনৰ লাভ জেহাদৰ বলি বিবাহিতা মহিলা। ফেচবুকত প্ৰেমৰ সম্পৰ্ক চলাই এগৰাকী বিবাহিতা মহিলাক পলুৱাই নি গ্ৰেপ্তাৰ হ’ল এজন যুৱক ৷ ঘটনাৰ বিবৰণি মতে, জিলাখনৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত উৰালকাটা গাঁৱৰ এনামুল হক নামৰ যুৱক এজনে দৰঙৰ গেৰিমাৰিৰ বিবাহিতা হিন্দু মহিলা এগৰাকীক প্ৰেমৰ জালেৰে পলুৱাই লৈ যায় ৷ এই […]