Posted inঅসম

বৃহৎ নদীবান্ধৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ বিক্ষোভ কাৰ্যসূচী

নিউজ ডেস্ক: বৃহৎ নদীবান্ধৰ বিৰুদ্ধে গৰজি উঠিছে সদৌ অসম ছাত্র সন্থা।সদৌ চৰাইদেউ জিলা ছাত্র সন্থাই সদৌ অসম ছাত্র সন্থাৰ আহ্বানত আজি সোণাৰিত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। সোণাৰিৰ লাচিত উদ্যানৰ সন্মুখত বৃহৎ নদীবান্ধ বিৰোধীতাৰে বিজেপি বিৰোধী শ্ল’গান দি সদৌ অসম ছাত্ৰ সন্থাৰ সদস্য সকলে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে। নামনি সোৱণশিৰী নদীবান্ধ প্ৰকল্পকে ধৰি আন আন […]