Posted inমুখ্যপৃষ্ঠা

Monkeypox: ইয়াৰ লক্ষণ আৰু সংক্ৰমণ প্ৰতিহত কৰাৰ ব্যৱস্থা

ৰাজৰ্ষি চহৰীয়া দুবছৰ কাল কোৰোনা মহামাৰীয়ে ভাৰতত ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰি সাধাৰণ জনজীৱন স্তব্ধ কৰি পেলাইছিল। তাৰপাছত ক্ৰমান্বয়ে সাধাৰণ হ’বলৈ ধৰিছে পৰিস্থিতি। কিন্তু এইবাৰ দেশত দেখা দিছে মাংকীপক্সৰ সংক্ৰমণ।  ক্ৰমাৎ মাংকীপক্সৰ সংক্ৰমণ ভাৰতত বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য মন্ত্ৰালয়ে বুধবাৰে এক গাইডলাইন জাৰি কৰে।  আৰু এই গাইডলাইনত মাংকীপক্সত আক্ৰান্ত নহ’বলৈ কি কি কৰিব লাগে […]