ডবকা: হোজাই জিলাৰ গণীপুৰ মতিন বজাৰত থকা অবৈধ গো-মাংসৰ দোকানীৰ বিৰূদ্ধে শনিবাৰে প্ৰতিবাদত নামিল স্থানীয় ৰাইজ। প্ৰতিবাদী ৰাইজে জানিব দিয়া মতে যোৱা ২ জুন তাৰিখে ৰাতি ২টা মান বজাত ফাৰুক আহমদ খান নামৰ ব্যক্তি জনৰ গোঁহালীৰ দৰ্জাৰ তলা ভাঙি কোনো অজ্ঞাত চোৰে তেওঁৰ প্ৰায় ৬০ হেজাৰ টকা মূল্যৰ গাই গৰু জনী চোৰ কৰি লৈ যায়। […]