Posted inমুখ্যপৃষ্ঠা

মৰাণ আৰক্ষীয়ে আমাৰ ওপৰত যৌন অত্যাচাৰ চলাইছিল: জ্ঞানদীপ বৰগোহাঁই

মূল লেখক অনুপম চক্ৰৱৰ্তী শিৱসাগৰ জিলাৰ ডিমৌৰ যুৱ পৰ্যটন উদ্যোগী জ্ঞানদীপ বৰগোহাঁইয়ে (৩৫) যোৱা কেইবা বছৰ ধৰি অৰুণাচল প্ৰদেশত অনুষ্ঠিত জিৰো সংগীত মহোৎসৱ (Ziro Festival of Music)-ত পৰ্যটকৰ বাবে কেম্পিং ব্যৱস্থাৰ আয়োজন কৰি আহিছে। পিছে আন বছৰৰ দৰে এইবাৰো সংগীত মহোৎসৱটোত ভাগ লৈ যোৱা ৭ অক্টোবৰত মহোৎসৱ সামৰি ঘৰলৈ উভতি আহি থকা জ্ঞানদীপৰ দলটোৰ হয়টো […]