মৰাণঃ মৰাণৰ খোৱাং নাহৰণি গাঁৱত সোণোৱাল-কছাৰী সকলৰ পৰম্পৰাগত বহুৱা নৃত্য প্ৰদৰ্শন কৰা হয়। খোৱাঙৰ নাহৰণি উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ৭৪ সংখ্যক দ্বি-বাৰ্ষিক বহুৱা নৃত্যৰ এই অনুষ্ঠান অনুষ্ঠিত হয়। এই নৃত্য প্ৰদৰ্শনকাৰী সকলে মুখা আৰু দেহটো কলগছৰ পাতেৰে মেৰিয়াই লয়। ইয়াত ৰজাই মেৰিয়াই লয় ১০১ খিলা কলপাত। এই নৃত্য চাবলৈ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকে লোকাৰণ্য হৈ পৰে। লগতে […]
Tag: Moran
Posted inঅসম
মৰাণত ১০দিনীয়াকৈ বিহু নৃত্যৰ কৰ্মশালা
Posted inঅসম