মৰাণ: মৰাণত দীৰ্ঘদিনৰ পৰা সক্ৰিয় হৈ থকা গাড়ী-বাইক স্কুটী চুৰি চক্ৰৰ কাৰ্যত অঞ্চলটোৰ ৰাইজৰ মাজত ক্ষোভ প্ৰকাশ পাইছে। শেহতীয়াকৈ মৰাণ আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পম খেদি অৰুণাচলৰ কানুবাৰী গেটৰ পৰা এখন স্কুটী সহ আটক কৰিছে এটা চোৰক। মৰাণৰ পৰা স্কুটী খন চুৰি কৰি নি চুবুৰীয়া ৰাজ্যত বিক্ৰী কৰিবলৈ নিছিল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। উল্লেখ্য […]
Tag: Moranhat Police
Posted inঅসম