Posted inঅসম

বিশ্বনাথ আৰু মৰিয়নিত নিশা ভয়ংকৰ অগ্নিকান্ড জাহ গ’ল লক্ষাধিক টকাৰ সম্পত্তি

যোৱা নিশা বিশ্বনাথৰ ৩নং কুমলিয়াত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷এই অগ্নিকাণ্ডত তিনিটাকৈ পৰিয়ালৰ বাসগৃহ জ্বলি ছাৰ খাৰ হৈ পৰে ৷ অগ্নিকাণ্ডটোত আব্দুল মতালেবৰ প্ৰায় ৩ লাখ টকাৰ সম্পত্তি ,আব্দুল আালিৰ ২ লাখ টকাৰ সম্পত্তি আৰু চহিবুৰ ৰহমানৰ প্ৰায় ২ লাখ টকাৰ সামগ্ৰী জুইত ভস্মীভূত হয় ৷পৰিয়াল কেইটাই অশেষ কষ্টৰে কৃষিকৰ্ম আৰু হাজিৰা কৰি গোটোৱা […]