Posted inঅসম

মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে নন্দিতা শইকীয়াই

অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে নন্দিতা শইকীয়াইডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিত্সালয়ত মৃত্যু নন্দিতাৰধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী আছিল নন্দিতা শইকীয়াশনিবাৰে ধেমাজিৰ ৰাজপথত দিন-দুপৰতে বৰ্বৰ আক্ৰমণৰ বলি হৈছিল মৰিধল কলেজৰ ছাত্ৰীগৰাকী৷ মৰিধল কলেজৰ কৰ্মচাৰী ৰিণ্টু শৰ্মাই দাৰে ঘপিয়াই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰিছিল নন্দিতা শইকীয়া আৰু তেওঁৰ সহপাঠী কস্মিতা দত্তক৷ প্ৰেমজনিত কাৰণতেই এই ঘটনা সংঘটিত কৰাৰ সন্দেহ৷ প্ৰেমত প্ৰতাৰিত হোৱাৰ […]