Posted inঅসম

মৰিগাৱৰ মায়ং ভূৰাগাৱত বানৰ তান্ডব, বৰডোবাটুপত,বৰদিয়াত দুটা শিশুৰ মৃত্যু

মৰিগাঁও : মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ বালিডোংগাত লুইতৰ গৰাখহনীয়াৰ বিধ্বংসী তাণ্ডৱ।যোৱা এসপ্তাহ ধৰি এই অঞ্চলত গৰাখহনীয়া অধিক ভয়াৱহ ৰূপ ধাৰণ কৰি কেবাটাও পৰিয়ালক গৃহহীন কৰিছে।ইয়াৰ উপৰি গৰাখহনীয়াত যিকোনো মহুৰ্তত জাহ যোৱাৰ উপক্ৰম হৈছে মছজিদ আৰু ছোৱাহী মাদ্ৰাছা । আনকি এইদৰে গৰাখহনীয়াৰ ভয়াৱহ ৰূপ অব্যাহত থাকিলে দুই এদিনৰ ভিতৰত জাহ যাব পাৰে পুৰণি মথাউৰি আৰু শতাধিক পৰিয়াল। […]