Posted inঅসম

মৰিগাঁৱত ২৫লাখ টকাৰ মূল্যৰ ড্ৰাগছ জব্দ,আটক দুজন

মৰিগাঁওঃ মৰিগাওঁ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। আৰক্ষীয়ে জব্দ কৰে প্ৰায় ২৫লাখ টকাৰ মূল্যৰ ড্ৰাগছ। ছয়টাকৈ চাবোনৰ বাকচত ড্ৰাগছখিনি লৈ আহিছিল। লগতে পঢ়কঃৰাজ্যত এইবাৰ খাদ্য সুৰক্ষা-আবাসস্থান বিচাৰি শ শ গৰু-ম’হৰ সমদল! আৰক্ষীয়ে দুজন ড্ৰাগছ সৰবৰাহকাৰীকো আটক কৰিছে। আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুজন ইছলামউদ্দিন আৰু ছৰাফ আলী।