Posted inঅসম

”মাডাৰ অল্ড এজ হোমত” উপস্থিত হ’ল বিত্ত তথা সমাজকল্যাণ মন্ত্ৰী অজন্তা নেওগ

গুৱাহাটীঃ গুৱাহাটীৰ সিজুবাৰীস্থিত ”মাডাৰ অল্ড এজ হোম”ৰ পৰিচালনাৰ দায়িত্বত থকা সম্পাদক মণিকা শৰ্মা আৰু সভাপতি উৎপল হৰ্ষবৰ্ধনৰ মাজত হোৱা মতানৈক্যৰ ফলত সৃষ্টি হোৱা বেমেজালি দূৰ কৰিবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা তৎপৰ হোৱা দেখা গৈছে। পৰিস্থিতিৰ ব্যক্তিগতভাৱে তদাৰক কৰিবৰ বাবে মুখ্যমন্ত্রীয়ে বিত্ত তথা সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ প্ৰদান কৰিছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বৃদ্ধাশ্ৰমখনলৈ […]