Posted inNews

নেপালৰ অন্নপূৰ্ণা পৰ্বতৰ পৰা উদ্ধাৰ ভাৰতীয় পৰ্বতাৰোহী অনুৰাগ মালু

নিউজ ডেস্কঃ পালৰ বিশ্বৰ অন্যতম পৰ্বত শৃংগৰ পৰা বৃহস্পতিবাৰে এজন ভাৰতীয় পৰ্বতাৰোহীক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয়। পৰ্বতাৰোহীকজনক জীৱিত অৱস্থাত সংকটজনক অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ১৭ এপ্ৰিলত কেম্প-৩ ৰ পৰা নামি অহাৰ সময়ত ৬,০০০ মিটাৰ উচ্চতাৰ পৰা বাগৰি পৰিছিল আৰু তেতিয়াৰ পৰা সন্ধানহীন হৈ আছিল পৰ্বতাৰোহীজন। বিশ্বৰ দশম সৰ্বোচ্চ পৰ্বত শৃংগ অন্নপূৰ্ণাৰ পৰা গভীৰ […]