Posted inঅসম

ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সংবাদমেল সম্বোধন কৰি বিস্ফোৰণ

গুৱাহাটী : ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সংবাদমেল সম্বোধন কৰি বিস্ফোৰণ। ছমাহত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ভয়ংকৰ সিন্ধান্ত গ্ৰহণ কৰিছে। খোজে খোজে মিছা কথা আৰু মিছা প্ৰতিশ্ৰুতি দি প্ৰতাৰণা কৰিছে। ৰাজ্য চৰকাৰখনক ঠগবাজৰ চৰকাৰ আখ্যা আজিৰ কুমাৰ ভূঞাৰ।হনিমুন পিৰিয়দ শেষ হৈছে চৰকাৰখনৰ। এতিয়া আমি কামৰ খতিয়ান ল’ব সময় হ’ল বুলিও কয় অজিত কুমাৰ ভূঞাই। বৰ্তমান […]