ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বিশেষ সতৰ্কতা কোষে বুধবাৰে দক্ষিণ কামৰূপৰ তিনিটাকৈ স্থানত এক বিশেষ অভিযান আৰম্ভ কৰে। বাতৰি অনুসৰি, সাংসদৰ পুঁজিৰ ধন আত্মসাৎ কৰা গোচৰত এই অভিযান আৰম্ভ কৰা হয়। সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে সাংসদ পুঁজিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত কৰা হৈছে। জানিব পৰা মতে, অজিত কুমাৰ ভূঞা দেৱে তিনিটা পথৰ মেৰামতিৰ কামৰ বাবে মুঠ […]