Posted inঅসম

কৰোনাত আক্ৰান্ত সাংসদ ৰমেন ডেকাক আই চি ইউত ভৰ্তি কৰোৱা হৈছে

গুৱাহাটীঃ ৰাজ্যত তীব্ৰগতিত বৃদ্ধি পাইছে কৰোনা ভাইৰাছ। বুধবাৰৰ দিনটোত ৰাজ্যত কভিডত নতুনকৈ ৩,০৪৫ জন লোক আক্রান্ত হোৱাৰ লগতে মৃত্যুৰ মুখত পৰে ২২ জনকৈ লোক। আনহাতে দেশত বুধবাৰে কভিড আক্রান্ত লোকৰ সংখ্যাৰ লগতে মৃতকৰ সংখ্যাই সকলো অভিলেখ ভংগ কৰে। বুধবাৰে সমগ্ৰ দেশত ৩ লাখ ৭৯ হাজাৰ ২৫৭ জন লোক কভিডত আক্রান্ত হয়। দেশত বুধবাৰে মৃত্যুৰ মুখত […]