Posted inৰাজনীতি

হিমন্ত বিশ্বৰ আমোলত অসমৰ মানুহৰ জীৱনৰ নিৰাপত্তা নোহোৱা হৈছে : অজিত ভূঞা

গুৱাহাটী: মুখ্য মন্ত্ৰীয়ে অসমক দেশৰ ভিতৰত ৫ নম্বৰ ৰাজ্যলৈ আনিব বুলি নিৰ্বাচনৰ সময়ত যি কথা কৈছিল বৰ্তমান সময়ত কিমান দূৰ সফল হৈছে। বৰ্তমান সময়ত উন্নয়ন কি হৈছে সেইয়া গম পোৱা নাযায় কিন্তু এনকাউন্টাৰত অসম তৃতীয় হৈছে বুলি কটাক্ষ কৰে সাংসদ অজিত ভূঞাই। কীৰ্তি কমল বৰাৰ এনকাউন্টাৰৰ ঘটনাই বহু লোকৰ চকু খুলি দিলে। তেতিয়াহে এনকাউন্টাৰ সমৰ্থন […]