নিউজ ডেস্ক- ভাৰতীয় নিৰ্বাচন আয়োগে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত প্ৰকাশ কৰা খচৰাক লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয় বৰক্ষেত্ৰীত। নিৰ্বাচন আয়োগে ৬০নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিটোৰ পৰা জধে মধে গাঁও কৰ্তন কৰি অইন সমষ্টিত চামিল কৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমষ্টিটোত৷ মুকালমুৱাৰ বৰক্ষেত্ৰী মৌজা সন্মিলনীৰ উদ্যোগত বৰক্ষেত্ৰীৰ বিভিন্ন গাঁৱৰ শ শ লোকে ৰাজপথলৈ ওলাই আহি […]
Tag: Mukalmua
Posted inঅসম