Posted inঅসম

হাজাৰ বাধাকো নেওচি মুকালমুৱাৰ কালাৰদিয়াত এজাক শিশুৰ আদিপাঠ গ্ৰহণ

মুকালমুৱাঃ এফালে মনত শিক্ষা গ্ৰহণৰ দুৰন্ত হেপাহ। আনফালে বিদ্যালয়লৈ যাবলৈও বিপদসংকুল যাত্ৰা। তথাপিও পিঠিত কিতাপৰ বেগ লৈ ভৱিষ্যত গঢ়াৰ সপোন লৈ টুলুঙা নাৱৰে পানীৰ মাজেৰে যাত্ৰা কৰি প্ৰতিদিনে বিদ্যালয়ত উপস্থিত হয় এজাক শিশু। উদ্দেশ্য এটাই পঢ়ি শুনি এজন ভাল মানুহ হোৱা। লগতে পঢ়কঃশোণিতপুৰ জিলাত ৩৯৭ গৰাকী বিশেষ নিৰীক্ষকে গুণোৎসৱত শিক্ষাৰ্থীসকলৰ বিগত লকডাউনৰ বৰ্ষৰ পাৰদৰ্শিতাৰ মূল্যায়ন […]