Posted inদেশ-বিদেশ

জিঅ’য়ে মুকলি কৰিব জিঅ’ৰ নতুন ৫জি ম’বাইল

নিউজ ডেস্কঃ ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ ৪৪সংখ্যক বাৰ্ষিক সাধাৰণ সভাত অধ্যক্ষ মুকেশ আম্বানীয়ে গুগলৰ সৈতে মিলি জিঅ’ৰ নতুন ৫জি ‘জিঅ’ ফোন নেক্সট’ ফোন মুকলি কৰাৰ কথা ঘোষণা কৰে। এই ফোনটোৱে বিশ্বৰ আটাইতকৈ সস্তীয়া স্মাৰ্টফোন বুলি মুকেশ আম্বানীয়ে উল্লেখ কৰে। গুগলৰ সৈতে মিলি নিৰ্মাণ কৰা হৈছে এই ফোন। গুগলৰ সৈতে যুটীয়াভাবে মিলি নিৰ্মাণ কৰা এই ম’বাইল সস্তা আৰু […]