Posted inদেশ-বিদেশ

মুকেশ আম্বানীক হত্যাৰ ভাবুকি:দুৰ্বৃত্তই আঠবাৰ ফোনযোগে দিলে হুমকি

নিউজ ডেস্কঃ ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানীৰ পৰিয়াললৈ মৃত্যুৰ ভাবুকি দিছে কোনো অজ্ঞাত লোকে। সংবাদ সংস্থা এএনআইৰ মতে, মুম্বাইৰ ৰিলায়েন্স ফাউণ্ডেচন হস্পিতাললৈ মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়াললৈ হত্যাৰ ভাবুকি দি আঠবাৰ ফোন কৰিছিল। ৰিলায়েন্স হস্পিতালে এই সন্দৰ্ভত ডিবি মাৰ্গ আৰক্ষী থানাত অভিযোগ দাখিল কৰিছে। মুম্বাই আৰক্ষীৰ এজন শীৰ্ষ বিষয়াই কয়, “আমি এটা অভিযোগ পাইছো। মুম্বাইৰ ৰিলায়েন্স […]