নিউজ ডেস্ক: অসম আৰক্ষীয়ে কেতিয়ালৈ গ্ৰেপ্তাৰ কৰিব পাৰিব ৰাজপত্ৰিত বিষয়া মুকুল কাথাৰক? গুলীচালনাত অভিযুক্ত ACS বিষয়া মুকুল কাথাৰ সম্প্ৰতি এতিয়াও পলাতক হৈ আছে। শেহতীয়া ভাৱে পলাতক মুকুল কাথাৰৰ ক্ষমতা ৰাজ্য চৰকাৰে কৰ্তন কৰিছে। কাৰ্বি আঙলং স্বায়িত্ব শাসিত পৰিষদৰ সচিবৰ দায়িত্ব থকা কাথাৰৰ দায়িত্ব কৰ্তন কৰাৰ লগতে শীঘ্ৰই দিছপুৰৰ পাৰ্ছনেল বিভাগত হাজিৰ হোৱাৰো নিৰ্দেশনা জাৰি কৰা […]