Posted inদেশ-বিদেশ

বান, ভূমিস্খলনত মহাৰাষ্ট্ৰত একেদিনাই ৭৯ জনৰ মৃত্যু

নিউজ ডেস্ক: মহাৰাষ্ট্ৰত প্ৰৱল বৃষ্টিপাত আৰু ভূ-স্খলনৰ ফলত বৰ্তমান পৰ্যন্ত ১৩৮ গৰাকী লোকৰ মৃত্যু ঘটিছে । সহস্ৰাধিক পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে প্ৰবল বৃষ্টিপাত, ভূ-স্খলনৰ ফলত । ইফালে পুনেত বৰ্তমানলৈকে ৯০ হাজাৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে । ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সমগ্র ৰাজ্যখনত ৰেড এলাৰ্ট জাৰি কৰিছে । বিশেষকৈ মহাৰাষ্ট্ৰৰ ছয় খন জিলাৰ বাবে অধিক […]