Posted inদেশ-বিদেশ

কিশোৰী ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ এইগৰাকী জনপ্ৰিয় অভিনেতা

নিউজ ডেস্ক : কিশোৰী ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ সৈছে সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেতা পাৰ্ল পুৰি। শুকুৰবাৰে নিশা মুম্বাই আৰক্ষীয়ে অভিনেতাজনক গ্ৰেপ্তাৰ কৰে। শনিবাৰে এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, মিৰা ভয়ান্দৰ-বাচাই বিৰাৰ (MBVV) আৰক্ষীয়ে আম্বলি আৰক্ষী থানাৰ এটা দলৰ সহযোগত অভিনেতাজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। কিশোৰী গৰাকীৰ পৰিয়ালে দিয়া এখন এজাহাৰৰ ভিত্তিত বাচাইৰ ৱালিব আৰক্ষী থানাত […]