নিউজ ডেস্কঃ শেহতীয়াকৈ কিছুদিন পূৰ্বে বলিউডৰ দাবাং ছলমান খানাক দিছিল হত্যাৰ ভাবুকি। ছলমান খানৰ কাৰ্যলয়লৈ এক মেইলৰ জৰিয়তে দিছিল অভিনেতা গৰাকীক হত্যাৰ ভাবুকি। তাৰ পিছতেই ছলমান খানৰ কাৰ্যলয়ৰ তৰফৰ পৰা মুম্বাই আৰক্ষীক এজাহাৰ দাখিল কৰিছিল। এজাহাৰ দাখিলৰ পিছতেই অভিনেতা গৰাকীক মুম্বাই আৰক্ষীৰ তৰফৰ পৰা ৱাই প্লাছৰ কটকটীয়া নিৰাপত্তা প্ৰদান কৰা হৈছে। আৰক্ষীয়ে এজাহাৰ ভিত্তিতেই তদন্ত […]