Posted inNews

প্ৰেমিকাক টুকুৰা টুকুৰকৈ কাটি কুকাৰত সিজালে প্ৰেমিকে

নিউজ ডেস্ক: মুম্বাইত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। দিল্লীৰ শ্ৰদ্ধা কাণ্ডৰ পাছতে এইবাৰ মুম্বাইত সংঘটিত হৈছে অনুৰুপ ঘটনা। ৫৬ বছৰীয়া এজন লোকে সংগীক হত্যা কৰি টুকুৰা টুকুৰকৈ মৃতদেহটো কাটি প্ৰমাণ নষ্ট কৰিবলৈ মৃতদেহৰ টুকুৰাবোৰ সিজালে প্ৰেচাৰ কুকাৰত। ঘটনাটো সংঘটিত হৈছে মীৰা ৰোড অঞ্চলৰ আকাশগংগা ভৱনত। উল্লেখ্য যে ঘটনাটো সংঘটিত কৰি লোকজনে মৃতদেহটোৰ টুকুৰাবোৰ ৰুমৰ ভিতৰতে […]