Posted inদেশ-বিদেশ

জেৰাৰ বাবে মুম্বাই আৰক্ষীৰ ওচৰত হাজিৰ অভিনেত্ৰী কংগনা ৰানাউত

নিউজ ডেস্ক : কৃষক আন্দোলনৰ বিৰুদ্ধে সামাজিক মাধ্যমত বিৰুপ মন্তব্য দি আৰক্ষী ওচৰত হাজিৰ হ’ব লগীয়া হ’ল অভিনেত্ৰী কংগনা ৰানাউত। বৃহস্পতিবাৰে অভিনেত্ৰী গৰাকী মুম্বাই আৰক্ষীৰ ওচৰত হাজিৰ হয়। উল্লেখযোগ্য যে অভিনেত্ৰী গৰাকীয়ে নিজৰ ইনস্টাগ্ৰাম একাউণ্টত দিয়া প’ষ্টত কৃষক আন্দোলনক এক খালিস্তানি আন্দোলন বুলি অভিহিত কৰিছিল, ইয়াৰ বিৰুদ্ধে এটা শিখ সংগঠনে যোৱা মাহত মুম্বাইৰ খাৰ আৰক্ষী […]