Posted inদেশ-বিদেশ

মুম্বাইৰ এখন কভিড হস্পিতালত ভয়াবহ অগ্নিকাণ্ড

নিউজ ডেস্কঃ মুম্বাইৰ ভাণ্ডুপ স্থিত ছানৰাইজ নামৰ এখন কভিড হস্পিতালত শুকুৰবাৰে ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডটোত হস্পিতালখনত চিকিৎসাধীন হৈ থকা ৮ গৰাকী কৰোণা ৰোগীৰ মৃত্যু হৈছে। আৰু পঢ়কঃ দুদিনীয়া ভ্ৰমণ সূচীলৈ বাংলাদেশলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী   হাস্পতালখনত চিকিৎসাধীন হৈ আছিল ৭৬জন ৰোগী। ইয়াৰে ৭৩জন কৰোণা ৰোগী আছিল। অগ্নিকাণ্ডৰ খবৰ লাভ কৰা লগে লগে ঘটনাস্থলীত […]