Posted inঅসম

মঙলদৈ অসামৰিক চিকিৎসালয়ত অগ্নিকাণ্ড

মঙলদৈঃ মঙলদৈ অসামৰিক চিকিৎসালয়ত অগ্নিকাণ্ড ৷ চৰ্টচাৰ্কিটৰ ফলতে জ্বলি উঠিল চিকিৎসালয় খনৰ মেইন চুইচ । তৎক্ষণাত হুৱাদুৱা লাগে চিকিৎসালয় খনৰ ৰুগী আৰু চিকিৎসাকৰ্মী সকলৰ মাজত। পুৱা চাৰে ন বজাত এই ঘটনা সংঘটিত হয়। অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নুমুৱাবলৈ সক্ষম হয় ৷