মঙলদৈ: বুধবাৰে মঙলদৈ পৌৰ সভাৰ নৱ নিৰ্বাচিত খণ্ড আয়ুক্তসকলে কাৰ্য্যভাৰ গ্ৰহণ কৰে। মঙলদৈ পৌৰ সভাৰ সভাগৃহত অনুষ্ঠিত হয় শপত গ্ৰহণ অনুষ্ঠান। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে মঙলদৈৰ সাংসদ তথা ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলিপ শইকীয়া, প্ৰাক্তন বিধায়ক তথা মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, ছিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশী দৰং জিলা বিজেপিৰ সভাপতি […]