Posted inঅসম

বিবাহত অসন্মতি! উত্তৰ প্ৰদেশৰ যুৱকে গুৱাহাটীত হত্যা কৰিলে নগাওঁৰ যুৱতীক

পুনৰ হত্যাকাণ্ড গুৱাহাটীত! নগাঁও জিলাৰ এগৰাকী প্ৰায় ২৪ বছৰীয়া যুৱতীক তেওঁৰেই প্ৰেমিকে বিবাহৰ প্ৰস্তাৱ অস্বীকাৰ কৰাৰ বাবেই ডিঙি চেপি হত্যা কৰে।