মায়ঙত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড। পুত্ৰই হত্যা কৰিলে নিজ মাতৃক। দিন দুপৰতে পুত্ৰ নাৰায়ণ নাথে কুঠাৰেৰে ডিঙিত ঘপিয়াই হত্যা কৰে মাতৃ যোগেমাই দেৱীক। হত্যাকাণ্ডত অভিযুক্ত পুত্ৰক আৰক্ষীয়ে ইতিমধ্য আটক কৰিবলৈ সক্ষম হৈছে। মায়ং থানাৰ অন্তৰ্গত মুৰবৰী গাঁৱত সংঘটিত হৈছে এই ঘটনা। ৰজামায়ং মুৰবৰী গাঁৱৰ হিতেশ নাথৰ পত্নী আছিল যোগেমাই। জানিব পৰা মতে ইয়াৰ পূৰ্বে […]
Tag: Murder
Posted inঅসম