নিউজ ডেস্ক : ডাঙৰ শব্দ কৰি গান বজোৱাৰ বাবে এজন দুৰ্ভগীয়া ব্যক্তিয়ে প্ৰতিৱেশীৰ হাতত নিজৰ প্ৰাণ হেৰোৱাব লগা হ’ল। মুম্বাই মহানগৰত সংঘটিত হৈছে এই ঘটনা, বৃহস্পতিবাৰে আৰক্ষীয়ে এই কথা জানিবলৈ দিয়ে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে বুধবাৰে নিশা মুম্বাইৰ মালৱানি অঞ্চলৰ অম্বুজাৱাড়িত এগৰাকী ৪০ ব্যক্তিক তেওঁৰ প্ৰতিৱেশীয়ে ডাঙৰকৈ গান বজোৱাৰ বাবে হত্যা কৰে। নিহত লোকজনক সুৰেন্দ্ৰ […]