Posted inদেশ-বিদেশ

মিঠাতেলৰ মূল্য হ্ৰাস! দেশত ৩০ৰ পৰা ৪০ টকা পৰ্যন্ত মিঠাতেলৰ মূল্য হ্ৰাস

নিউজ ডেস্কঃ দেশবাসীলৈ সুখবৰ। দেশত হ্ৰাস পাইছে মিঠাতেলৰ মূল্য। প্ৰতিলিটাৰ মিঠাতেলৰ মূল্য ৩০টকাৰ পৰা ৪০ টকা পৰ্যন্ত হ্ৰাস পাইছে। নতুন বছৰৰ প্ৰাকক্ষণত ৰাইজলৈ চৰকাৰৰ উপহাৰ। ইতিমধ্যে কেন্দ্ৰীয় খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ সচিব ড০ সুধাংশু পাণ্ডেই প্ৰতিখন ৰাজ্যলৈ নিৰ্দেশনা জাৰি কৰিছে। লগতে পঢ়কঃ২০২১বৰ্ষত কিমান সফল হ’ল আনন্দ মিশ্ৰ? কেন্দ্ৰীয় সচিবগৰাকীয়ে সদৰি কৰা অনুসৰি মিঠাতেলৰ ওপৰত […]