নিউজ ডেস্কঃ আজি এম ভি গংগা ভিলাসৰ প্ৰথম ৫০ দিনীয়া যাত্ৰাৰ অন্ত পৰিব। ডিব্ৰুগড়ৰ বগীবিলত দিনৰ প্ৰায় ২.৩০ মান বজাত পাবহি বিশ্ব আটাতকৈ দীঘল নদী ভ্ৰমণ কৰা প্ৰথমখন ক্ৰুজ। বিদেশী যাত্ৰীয়ে প্ৰথম ভ্ৰমণ কৰা এম ভি গংগা ভিলাস ক্ৰুজখন আদৰিবলৈ সাজু হৈছে চৰকাৰ প্ৰশাসন সকলো। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজা উপস্থিতিতে […]