Posted inকলা-সংস্কৃতি/মনোৰঞ্জন

কন্ঠশিল্পী অনুপ জালোটাৰ ওপৰত তথ্যচিত্ৰ নিৰ্মাণ কৰিব দেৱাশিষ সৰগমে

নিউজ ডেস্ক– ভাৰতৰ যশস্বী কন্ঠশিল্পী তথা সংগীতপৰিচালক অনুপ জালোটাৰ জীৱনৰ আধাৰত তথ্যচিত্ৰ নিৰ্মাণ কৰিব পৰিচালক দেৱাশিষ সৰগমে(ৰাজ)। দেৱাশিষ সৰগম মুন হোৱাইট ফিল্মছ ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেলৰ সংস্থাপক। দেৱাশিষ সৰগম ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক পৰ্যায়ত বঁটা লাভ কৰা পৰিচালক। দেৱাশিষ সৰগমে দাদা চাহেব ফাল্কে বঁটাও লাভ কৰিছে। মুন হোৱাইট ফিল্মছৰ বেনাৰতে নিৰ্মাণ হ’ব ‘পদ্মশ্ৰী এৱাৰ্ড’ লাভ কৰা অনুপ জালোটাৰ […]