Posted inঅসম

ম্যানমাৰৰ ১৪ গৰাকী সাংসদৰ দেশ এৰি মিজোৰামত আশ্ৰয়; ৭০০তকৈ অধিক লোকৰ মৃত্যু

ম্যানমাৰত যোৱা ফেব্ৰুৱাৰি মাহত হোৱা সেনাৰ অভ্যুত্থানৰ পিছৰ পৰা এই পৰ্যন্ত ২,২০০ গৰাকীতকৈ অধিক লোকে দেশ ত্যাগ কৰি মিজোৰামত আশ্ৰয় গ্ৰহণ কৰি আছে। তেওঁলোকৰ মাজত দেশখনৰ ১৪ গৰাকী সাংসদো আছে। ১২ এপ্ৰিলত ৰাজ্যখনৰ এগৰাকী আৰক্ষী বিষয়াই এই কথা সদৰী কৰিছে। আৰক্ষী বিষয়া গৰাকী জনোৱা মতে মিজোৰামত আশ্ৰয় লৈ থকা ১৪ গৰাকী সাংসদ ম্যানমাৰৰ চিন ৰাজ্য […]