নিউজ ডেস্ক: অবৈধ বাংলাদেশী প্ৰবেশ অসমৰ বাবে ভয়াবহ সমস্যা হৈ থকাৰ সময়তে পুনৰ আন এক সমস্যাই দেখা দিছে ৰাজ্যত ৷ শেহতীয়াকৈ চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰত সেনাৰ শাসনৰ বাবে দেশখনৰ পলায়ন বহুলোক আহি বাহৰ পাতিছেহি মিজোৰামত ৷ ৰাজ্যখনত বাহৰ পতা ম্যানমাৰৰ নাগৰিক সকলৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱা সময়তে ৰাজ্যখনৰ কিছুলোক আহি অবৈধভাবে সোমাইছেহি অসমৰ ভিন্ন প্ৰান্তত […]