ম্যানমাৰৰ সামৰিক আদালতে দেশখনৰ অপসাৰিত গণতন্ত্ৰপন্থী নেত্ৰী আং চান চ্যু কীক দুৰ্নীতিৰ অভিযোগত পুনৰ ৭বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে। আন্তৰ্জাতিক সংবাদ মাধ্যমৰ বাতৰি অনুসৰি শুকুৰবাৰে এই ৰায় ঘোষণা কৰা হৈছে। ইয়াৰে সৈতে জুন্টা চৰকাৰে ১৮ মাহৰ ভিতৰত চ্যু কীৰ বিৰুদ্ধে সকলো অভিযোগৰ ৰায় সম্পূৰ্ণ কৰিলে। ৭৭ বছৰীয়া চ্যু কীক পূৰ্বতে ১৪ টা গোচৰত দোষী সাব্যস্ত কৰা […]