Posted inঅসম

অসম ৰাইফলছে ২০২০ চনৰ পৰা উত্তৰ-পূবত ১,৬০০ কোটি টকাৰ অবৈধ সামগ্ৰী জব্দ কৰিছে

নিউজ ডেস্ক : ২০২০ চনৰ পৰা এই আজি পৰ্য্যন্ত এই সময়ছোৱাত অসম ৰাইফলছে ম্যানমাৰৰ পৰা উত্তৰ-পূবলৈ অবৈধভাৱে সৰবৰাহ হোৱা ১,৬০০ কোটি টকাতকৈ অধিক মূল্যৰ সামগ্ৰী জব্দ কৰিছে। অসম ৰাইফলছৰ পৰিচালন সঞ্চালক লেফ্টেনেণ্ট প্ৰদীপ চন্দ্ৰন নায়াৰে FICCI –ৰ এখন সভাত এই কথা সদৰী কৰি ইয়াক ভাৰতৰ ৰাষ্ট্ৰীয় উন্নয়ন আৰু এক্ট ইষ্ট পলিচিৰ বাবে এক উদ্বেগজনক বিষয় […]