Posted inঅসম

১ মেৰ পৰা ভেকচিন দিব লগা ১৮ বছৰৰ উৰ্ধৰ ব্যক্তি সকলে নিজৰ নাম কেনেদৰে পঞ্জীয়ন কৰিব

কোৰোনাৰ ভয়াবহতা সময়তে অহা ১ মে’ৰ পৰা ভাৰতত আৰম্ভ হ’ব ১৮ বছৰ ঊৰ্ধ্বৰ ব্যক্তিসকলৰ বাবে কোৰোনাৰ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া। বৰ্তমান সময়ত ৪৫ ঊৰ্ধ্বৰ ব্যক্তিসকলকহে দি থকা হৈছে কোভিড ভেকচিন। ১ মে’ৰ পৰা ১৮ বছৰ ঊৰ্ধ্বৰ ব্যক্তিয়ে ল’ব পাৰিব কোৰোনাৰ প্ৰতিষেধক । ইয়াৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা টুইটযোগে ঘোষণা কৰিছে mygovtindia ই। Cowin website […]