Posted inঅসম

ৰাজ্যত আৰু দুখন ভিষ্টাড’ম ৰেলসেৱা মুকলি

ৰাজ্যৰ পৰ্যটন খণ্ডত নতুনকৈ সংযোজন ৰে’ল সেৱা। গুৱাহাটী নাহৰলগুনৰ মাজত পৰ্যটকৰ বাবে বিশেষ ৰে’ল। গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত ভিষ্টাডম ৰে’লৰ যাত্ৰাৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে। দেওবাৰৰ পৰা আৰম্ভ হৈছে আনু দুখন ভিষ্টাড’মৰ পৰ্যটন ৰে’ল সেৱা এখন ভিষ্টাড’ম ৰে’ল গুৱাহাটীৰ পৰা যাব নাহৰলগুনলৈ। আনখন ৰে’ল নাহৰলগুনৰ পৰা যাব নিউ তিনিচুকীয়ালৈ। পূৰ্বৰে পৰা হাফলঙলৈ চলি আছে আন এখন ভিষ্টাড’ম ৰে’ল। […]