নিউজ ডেস্কঃ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে ২০২৩-২৪ শিক্ষাবৰ্ষৰ বাবে বিশ্ববিদ্যালয়ৰ অধীনৰ বিভিন্ন পাঠ্যক্ৰম যেনে পি.এইচ.ডি.(Ph.D.), স্নাতকোত্তৰ (PG) আৰু বি.টেক.(Lateral Entry) আদিত নামভৰ্তিৰ বাবে বিশ্ববিদ্যালয়ৰ নিজা প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰিছে ৷ এই পাঠ্যক্ৰম সমূহত নামভৰ্তিৰ বাবে এক বিশেষ নামভৰ্তি পৰ্টেল ২৪ মাৰ্চৰ পৰা মুকলি কৰি দিয়া হৈছে। ইফালে, বিশ্ববিদ্যালয়খনৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে Central […]