Posted inদেশ-বিদেশ

উত্তৰ পূৱৰ এখন ৰাজ্যত ১৪ মে’ৰ পৰা এসপ্তাহৰ বাবে লকডাউন

নিউজ ডেস্ক : দেশত অব্যাহত আছে মাৰাত্মক ক’ভিডৰ ভয়াবহ সংক্ৰমণ। প্ৰতিদিনে দেশত লক্ষাধিক লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈ আছে। দেশৰ অন্যান্য প্ৰান্তৰ তুলনাত উত্তৰ পূবৰ ৰাজ্য সমূহ কিছু সুৰক্ষিত হৈ আছে যদিও উত্তৰ পূবৰ প্ৰতিখন ৰাজ্যৰ চৰকাৰে ক’ভিডৰ সংক্ৰমণ ৰোধৰ বাবে তৎপৰ হৈ উঠা পৰিলক্ষিত হৈছে। ক’ভিডৰ সংক্ৰমণ ৰোধৰ বাবে এইবাৰ উত্তৰ পূৱৰ এখন ৰাজ্যই […]