Posted inউত্তৰ-পূৱ

পঞ্চমবাৰৰ বাবে নেফিউ ৰিঅ’ ৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ

নিউজ ডেস্কঃ পঞ্চমবাৰৰ বাবে নাগালেণ্ডত মুখ্যমন্ত্ৰী হিচাপে আজি শপত গ্ৰহণ কৰিলে নেফিউ ৰিঅ’ই। কোহিমাৰ কেপিটেল কালচাৰেল হলৰ শপতগ্ৰহণ অনুষ্ঠানটোত মুখ্যমন্ত্ৰীৰ লগতে ৯ গৰাকীয়ে মন্ত্ৰী হিচাপে শপত লয়। উক্ত অনুষ্ঠানটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা উপস্থিতি থাকে। এইবাৰ নাগালেণ্ড মন্ত্ৰীসভাত প্ৰথমবাৰৰ বাবে দুগৰাকীয়ে উপ–মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। […]