সোণাৰি, ৬ জানুৱাৰী : সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ আফস্পা বাতিলৰ লগতে সেনাৰ গুলীত নিহতৰ পৰিয়ালে ন্যায় পোৱাৰ দাবীত পুনৰ উত্তাল হৈ পৰিছে নগালেণ্ডৰ মন জিলা। আফস্পা বাতিলৰ দাবীত আজি নগালেণ্ডৰ মন জিলাত বিশাল প্ৰতিবাদী বাইক ৰেলীৰে তীব্র প্ৰতিবাদ সাব্যস্ত কৰিছে কন্যাক ষ্টুডেণ্ট ইউনিয়নে। কন্যাক ষ্টুডেণ্ট ইউনিয়নৰ উদ্যোগত মন জিলাৰ দুশৰোধিক বাইক আৰোহীয়ে এই […]